বইটামাৰীত ৰজাদিনীয়া দুৰ্গাপূজা আৰম্ভ
🔹 জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বাতিল বিনোদনমূলক কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বৃহত্তৰ বইটামাৰী অঞ্চলৰ ৰঘুনন্দনপুৰৰ ৩২২ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ ৰজাদিনীয়া দুৰ্গাপূজাখন আজিৰে পৰা পৰম্পৰাগত প্ৰথাৰে আৰম্ভ হৈছে। আজি ষষ্ঠীৰ বেদীত…