বিচিচিআইৰ সম্পাদক পদত দেৱজিৎ শইকীয়া
🔹 অসম তথা উত্তৰ–পূব ভাৰতৰ বাবে এক স্মৰণীয় মুহূর্ত
নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে দেৱজিৎ শইকীয়া৷ অসম ক্রিকেট সন্থাহ দেৱজিৎ শইকীয়াক উষ্ম ওলগ আৰু অভিনন্দন…