নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গোৎসৱ-ত মহিলা-যুৱতীক ইভটিজিং কৰা উদণ্ড ৰোমিঅ’ সাৱধান

শাৰদীয় দুৰ্গোৎসৱ-ৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। দুৰ্গোৎসৱক সুচাৰুৰূপে সফল কৰাৰ স্বাৰ্থত শিলচৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এণ্টি ৰোমিঅ’ স্কোৱাড” নামৰ আৰক্ষীৰ এটা বিশেষ…

বিহালীত জুবিনৰ স্মৃতিত নাহৰৰ পুলি বিতৰণ

নিয়মীয়া বাৰ্তা, বেদেতী, ২৫ ছেপ্টেম্বৰ : বিহালীৰ ৰাংছালীৰ যুৱক তথা ৰোহন মোহন গ্ৰীন ৱৰ্ল্ড নাৰ্ছাৰীৰ স্বত্বাধিকাৰী হৰেন দাসে জুবিন গাৰ্গৰ স্মৃতিত অঞ্চলটোৰ জনসাধাৰণক একোটাকৈ নাহৰৰ পুলি বিনামূলীয়াকৈ আজি বিতৰণ কৰিছে। উল্লেখযোগ্য যে হৰেন দাসে…

‘জয় জুবিন দা’ বুলি চিঞৰি বৰলুইতত জাঁপ জুবিনপ্ৰেমীৰ

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়াকৈ ছিংগাপুৰত সংঘটিত দুৰ্ঘটনাত দেহাৱসান ঘটাৰ পিছত সমগ্ৰ ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে। প্ৰিয় শিল্পীগৰাকীৰ এই দু:খবৰ পোৱাৰ পিছতে তেওঁৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে।…

ৱেষ্ট ইণ্ডিজ-ৰ বিপক্ষে টেষ্ট ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা

শুভমন গিলৰ অধিনায়কত্বত ৱেষ্ট ইণ্ডিজ ৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। দলটোত ৰবীন্দ্ৰ জাডেজাক উপ-অধিনায়ক হিচাপে স্থান দিয়া হৈছে। ঋষভ পণ্ট এতিয়াও সম্পূৰ্ণভাৱে সুস্থ হোৱা নাই, তেওঁৰ অনুপস্থিতিত ধ্ৰুৱ জুৰেলৰ সৈতে এন…

তিৰুপতি মন্দিৰত ব্যৱহাৰ হ’ব AI : ভক্তৰ ভিৰ নিয়ন্ত্রণ কৰিবলৈ অভিনৱ পদক্ষেপ

নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ : দেশৰ মঠ–মন্দিৰ আৰু তীর্থস্থানত শোকাৱহ পদপিষ্টৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকে৷ প্রধানতঃ ধর্মীয় প্রতিষ্ঠানত ভক্তৰ অভাৱনীয় ভিৰৰ বাবেই এনেধৰণৰ পদপিষ্টৰ ঘটনা সংঘটিত হোৱা বুলি জনা যায়৷ ইয়াৰ পৰিপ্রেক্ষিততে…

জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ। SITএ গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক। জুবিন গাৰ্গৰ লগত একেলগে ছিংগাপুৰলৈ গৈছিল শেখৰজ্যোতি গোস্বামী। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা প্ৰথমজন অভিযুক্ত…

হাউলীত ৪ ব্যৱসায়ীক মহটিয়ালে ইয়’ন বাহনে, হতাহত ৪

বৰপেটাৰ হাউলীৰ কদমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত গছৰ ছাঁত জিৰণি লৈ থকা চাৰিজন মৰাপাট ব্যবসায়ীক মহটিয়াই নিলে এখন তীব্ৰবেগী ইয়'ন বাহনে। ইয়ন খনৰ খুন্দাত থিতাতে নিহত তিনিগৰাকী ব্যৱসায়ী। নিহত ব্যৱসায়ীকেইগৰাকী হৈছে হাউলী কদমতলাৰ আলী…

সিদ্ধাৰ্থ শৰ্মা-শ্যামকানু মহন্তৰ বিৰুদ্ধে চাৰিদুৱাৰ থানাত এজাহাৰ জুবিন অনুৰাগীৰ

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰা,চাৰিদুৱাৰ অঞ্চলৰ জুবিন অনুৰাগীসকলে সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে…

সোণাৰিত জুবিন গাৰ্গৰ প্ৰথম সংগীতানুষ্ঠানতে মুকলি হৈছিল ‘অনামিকা’ 

সদ্যপ্রয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথম সংগীতানুষ্ঠান আৰু প্ৰথম গীতৰ এলবাম 'অনামিকা' মুকলি হোৱা সোণাৰি নগৰত স্থাপন হ'ব আজন্ম শিল্পী জুবিন গাৰ্গৰ প্রতিমূর্তি। উল্লেখযোগ্য যে ৯০ দশকৰ প্ৰথমার্ধত কণ্ঠশিল্পীৰূপে আত্মপ্রকাশ কৰা জুবিন গাৰ্গ…

শৰতো যেন আজি ম্রিয়মাণ… জুবিনৰ অনুপস্থিতিত নাই দুর্গোৎসৱৰ উছাহ

লক্ষ লক্ষজনক শোক সাগৰত পেলাই, লক্ষ লক্ষজনৰ বুকুত অজস্র শকতি গুঁজি লৈ অন্তিম শেতেলিত শুই পৰিল যুগনায়ক জুবিন গার্গ৷ দবা–শংখ আৰু তোপধ্বনিত অৱসান ঘটিল এটা সোণসেৰীয়া যুগৰ৷ নিতাল–নিস্তব্ধতাৰ মাজত সকলোৰে বুকুত কেৱল ধ্বনিত হৈছে প্রিয় মানুহজনৰ জীৱন…