নিয়োগ বাৰ্তা এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত ৯৭৬টা চাকৰি নিয়মীয়া বাৰ্তা Sep 13, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ২৭ ছেপ্টেম্বৰ এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত খালী হোৱা ৯ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
উত্তৰ-পূব মণিপুৰ নামত থকা মণিয়ে জিলিকাব উত্তৰ-পূব : মণিপুৰত মোদী নিয়মীয়া বাৰ্তা Sep 13, 2025 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুড়াচান্দপুৰত হিংসাত প্ৰভাৱিত লোকসকলক সাক্ষাৎ কৰিছে। তেওঁ মণিপুৰত শান্তি, উন্নয়ন আৰু বিশ্বাসৰ বাৰ্তা দিছে। লগতে ভাৰত চৰকাৰৰ দ্বাৰা মণিপুৰৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কৰা প্ৰচেষ্টাসমূহকো…
দেশ বিদেশ দেশজুৰি ফটকা নিষিদ্ধৰ পোষকতা ছুপ্রিম ক’ৰ্টৰ নিয়মীয়া বাৰ্তা Sep 13, 2025 নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : কেৱল দেশৰ ৰাজধানী নতুন দিল্লীতেই নহয়, সমগ্র দেশতেই ফটকা–আতচবাজী নিষিদ্ধৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ৷ দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত ফটকা বিক্রী, জমা ৰখা, সৰবৰাহ কৰা আৰু নির্মাণ কৰাৰ নিষেধাজ্ঞাক লৈ আবেদনৰ…
নিয়োগ বাৰ্তা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৯১টা চাকৰি, আবেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ নিয়মীয়া বাৰ্তা Sep 13, 2025 Directorate of Health Service, Assam (DHS), অসমে ১৯১টা পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদবোৰ হৈছে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট/একাউণ্ট এছিষ্টেণ্ট কাম এলডিএ, আৰু বেছিক হেল্থ ৱৰ্কাৰ (BHW)— যিবিলাক পদ ৰাজ্যৰ বিভিন্ন স্বাস্থ্য…
আন্তঃৰাষ্ট্ৰীয় ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি ব’লছ’নাৰক ২৭ বছৰ কাৰাদণ্ড নিয়মীয়া বাৰ্তা Sep 13, 2025 নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ২০২২ চনত নির্বাচনত পৰাজিত হোৱাৰ পাছত সেনা বিদ্রোহৰে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰক দেশখনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কমিটীয়ে ২৭ বছৰ আৰু ৩ মাহৰ…
ক্রীড়া-জগত কাইলৈ এছিয়া কাপ -ৰ ভাৰত–পাকৰ হাইভল্টেজ মেচ : এতিয়াও বিক্রী হোৱা নাই সৰহসংখ্যক টিকট নিয়মীয়া বাৰ্তা Sep 13, 2025 নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ক্রিকেট বিশ্বত ভাৰত–পাকিস্তানৰ মেচ মানেই এক অনন্য উন্মাদনা৷ ২২ গজত ভাৰত–পাকিস্তান মানেই গেলাৰীভর্তি ষ্টেডিয়ামত উন্মাদ দর্শকৰ ভিৰ৷ এয়া ক্রিকেট বিশ্বৰ এক পৰিচিত দৃশ্য৷ পিছে এইবাৰ ইউএইত ভাৰত–পাক মেচৰ এই পৰিচিত দৃশ্য…
অসম নগৰবেৰাত অসমভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি নিয়মীয়া বাৰ্তা Sep 13, 2025 নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : কামৰূপৰ নগৰবেৰাত সুধাকণ্ঠ, ভাৰতৰত্ন প্ৰয়াত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰে| শুকুৰবাৰৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত উক্ত…
ৰাষ্ট্ৰীয় বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলী : আক্ৰমণৰ দায়িত্ব ল’লে গোল্ডি ব্ৰাৰ গেঙে নিয়মীয়া বাৰ্তা Sep 13, 2025 নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলীচালনা! শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৪ৰ পৰা ৫ ৰাউণ্ড গুলী চলোৱা হয়। ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ গেং…
বিশেষ বিশেষ লেখা : মোদীৰ বলিষ্ঠ নেতৃত্ব : উত্তৰ-পূবত ৰূপান্তৰৰ প্রতিধ্বনি নিয়মীয়া বাৰ্তা Sep 13, 2025 বিশেষ লেখা সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ পুণ্যভূমি অসমত পদাৰ্পণ কৰাত আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিছে। আমাৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন ড°ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী…
আন্তঃৰাষ্ট্ৰীয় ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৭.৪ মাত্ৰাৰ ভূমিকম্প নিয়মীয়া বাৰ্তা Sep 13, 2025 ৰাছিয়াৰ দূৰ-পূৰ্বভাগৰ কামচাটকা উপদ্বীপৰ উপকূলত আজি ৭.৪ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পৰ সৃষ্টি হয়, যিটো যুক্তৰাষ্ট্ৰ ভূতত্ত্ব সৰ্বেক্ষণ কেন্দ্ৰ (United States Geological Survey (USGS) )ই জনাইছে। পেছিফিক ছুনামি সতৰ্কতা কেন্দ্ৰ…