বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৬
বিলাসীপাৰাৰ চিৰাকুটাৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছ আৰু এল্টো মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষৰ ফলত ৬জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰবাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তসকলক স্থানীয়…