সুকন্যা : শিক্ষার্থী-অভিনেত্রী ৰিতিষা খাউণ্ডৰে সাক্ষাৎকাৰ
সুকন্যা : সন্দেহ–সংকোচবোধৰ পৰাই উন্মেষ ঘটে নতুন চিন্তাৰ
সাক্ষাৎ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩
পৃথিৱীজুৰি সুখ্যাতি থকা এখন বিশেষ মহিলা আলোচনী ‘ফেমিনা’৷ এই আলোচনীখনৰ শেহতীয়া সংখ্যাৰ পাতত ফটোসহ এটি লেখাৰে উজলিছে এগৰাকী কম বয়সীয়া অসম…