Assam News : আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
Assam News : নলবাৰী জিলাৰ ৩৯নং নলবাৰী সমষ্টিৰ গ্ৰাম্য চহৰ ঘগ্রাপাৰত মুখ্যমন্ত্রীৰ মহিলাৰ উদ্যমিতা আঁচনিৰ চেক আজি আনুষ্ঠানিকভাবে বিতৰণ কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১ বজাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত পিএমশ্রী…