Earthquake at Drake Passage : দক্ষিণ আমেৰিকাত ৭.৫ মাত্ৰাৰ শক্তিশালী ভূমিকম্প
Earthquake at Drake Passage : দক্ষিণ আমেৰিকাৰ দক্ষিণতম প্ৰান্ত আৰু এন্টাৰ্কটিকাৰ মধ্যৰ ড্ৰেক পাছেজত ৭.৫ মাত্ৰাৰ এক শক্তিশালী ভূমিকম্পৰ কম্পন ইনুভূত হৈছে। এইক কথা আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা (ইউ এছ জি এছ)ৰ পৰা জানিব পৰা গৈছে। এই কম্পনৰ…