নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ আগতে FLIPKARTৰ বাম্পাৰ অফাৰ মাত্ৰ ১টকাতে লাভ কৰিব পাৰিব সামগ্ৰী…

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   শাৰদীয় দুৰ্গোসৱ সমাগত। শাৰদীয় দুৰ্গা পূজা উপলক্ষে ফ্লিপকাৰ্টে নিজৰ গ্ৰাহকৰ কাৰণে কেইবাটাও বিশেষ অফাৰ আগবঢ়াব। পূজাৰ আগতে গ্ৰাহক সকলে নিজৰ আৱশ্যক সামগ্ৰী কিনাৰ সুবৰ্ণ সুযোগ লাভ কৰিব। যাৰ বাবে কোম্পানীটোৱে এইবাৰ নাম দিছে Big Saving Days বুলি। ফ্লিপকাৰ্টৰ Big Saving Daysৰ আৰম্ভ ১৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈকে থাকিব।

ফ্লিপকাৰ্টৰ Big Saving Daysৰ এইবাৰৰ বিশেষত্ব যিকোনো মনপ্ৰচন্দৰ সামগ্ৰী মাত্ৰ ১ টকাতে বুক কৰিব পাৰিব। আৰু বাকী থকা টকাৰ শেষ ৰাশি ১৮ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব।  ইয়াৰ উপৰিও স্মাৰ্ট ফোন, টি.ভি, টেবলেটে ধৰি বিভিন্ন ইলেকট্ৰনিক সামগ্ৰীত ৰেহাই পোৱা যাব।

You might also like