নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেডমি নোট-৯ ম’বাইল ফোনত দি আছে ৪০০০ টকাৰ ৰেহাই

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ৰেডমি নোট-৯ত এমাজনে দিছে বিশেষ ৰেহাই। গ্ৰাহকসকলে এই ফোনটো এমাজনত ৪০০০ টকা ৰেহাইত পাব। ৪৮ মেগপিক্সেল কোয়াড কেমেৰা আৰু ৪ জিবি+৬৪জিবি ষ্টোৰেজৰ সৈতে ফুল এইচডি+ ডিচপ্লেৰ এই ফোনটোৰ বাবে এমাজনে ১০০০ টকাৰ বিনিময় অফাৰো প্ৰদান কৰিছে।

গ্ৰাহকসকলে এমাজনত ৰেডমি নোট-৯ৰ মূল্যৰ ওপৰত ২৭% ৰেহাই পাব। ৰেডমিৰ ফোনৰ মূল্য ১৪,৯৯৯ টকা। ফোনটো এমাজনত ১০,৯৯৯ টকাতে পাব।

ফোনটোৰ বাবে কোনো ডেলিভাৰী মাচুল নাই। গ্ৰাহকসকলে লগতে ৰেডমি নোট-৯ফোনৰ বাবে এমাজনত ইএমআই সুবিধাও পাব। ৫১৮ টকা প্ৰদান কৰি ইএমআইৰ সুবিধা ল’ব পাৰিব।

You might also like