পৰ্যটকক হাতবাউলি মাতে গোৱালপাৰাৰ কুমৰী বিলৰ নৈসৰ্গিক দৃশ্যই
উদিত নাৰায়ণ কলিতাৰ প্ৰতিবেদনঃ গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত কুমৰীবিলৰ নৈসৰ্গিক দৃশ্যই পৰ্যটকক হাত বাউলী মাতে। গোৱালপাৰা চহৰৰ পৰা মাত্র ৮-১০ কিলোমিটাৰ নিলগত থকা পঞ্চৰত্ন পাহাৰৰ পশ্চিমফালে বিস্তৃত অঞ্চলজুৰি থকা কুমৰী বিলখনৰ মনোমোহা দৃশ্যই পর্যটকক যেন হাত বাউলি মাতে। বিশেষকৈ শীতকালৰ সময়ত জাকে জাকে পৰিভ্ৰমী চৰাইৰ আগমনে কুমৰী বিলৰ নৈসৰ্গিক দৃশ্যই পৰ্যটকক…
Read More...