ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান
পিতৃ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড।
ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান।
পিতৃক হত্যা কৰা পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।
নিজ পিতৃক হত্যা কৰা বিপিন গগৈক যাৱজ্জীৱন কাৰাদণ্ড।
লগতে ১০ টকাৰ জৰিমনা বিহে ধেমাজি আদালতে।
২০২১ চনত চিলাপথাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
চিলাপথাৰ আৰক্ষী থানাত ৰুজু হৈছিল ৩৬৩/২০২১ নং গোচৰ।…
Read More...