The Palace Maid: এটি বিখ্যাত কাহিনীৰ ইংৰাজী ৰূপান্তৰ
যেনে ৰূপতেই উপস্থাপন নকৰক কিয়, জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ যিকোনো ৰচনা এখনৰ ওপৰত মন্তব্য দিয়াটো মোৰ দৰে সাধাৰণ লেখিকা এগৰাকীৰ বাবে সহজ কথা নহয়৷ কিন্তু আগৰৱালাদেৱৰ বিখ্যাত নাটক ‘কাৰেঙৰ লিগিৰী’ৰ উপন্যাসৰ ৰূপত ইংৰাজীতে লিখা গ্রন্থখনি দেখি আকর্ষিত হ’লোঁ আৰু পঢ়ি পেলালোঁ৷ লগে লগেই মোৰ কিতাপখনৰ ওপৰত ক্বিা এটা লিখিবৰ মন গ’ল৷ লেখকজনো আকৌ এজন সামৰিক বিষয়া–…
Read More...