কংকনা মেধিৰ অন্ধকাৰত আত্মদর্শন
‘মানুহে জীয়াই থকাৰ আনন্দ পৰিপূর্ণভাৱে পাবলৈ হ’লে নিজকে সদায় এটা মহৎ কামৰ লগত যুক্ত কৰি ৰাখিব লাগে৷ কামত যে কৃতকার্যতা লাভ কৰিবই লাগিব তাৰ কোনো মানে নাই৷ কাম নিজেই এটা লক্ষ্য৷’ – হোমেন ৰগোহাঞি
‘শব্দহীন নূপুৰ’ৰে অসমীয়া সাহিত্য জগতত খোজ পেলোৱা নৱপ্রজন্মৰ প্রতিশ্রুতিসম্পন্ন লেখিকা কংকনা মেধিয়ে অসমীয়া সাহিত্যৰ পূজাৰ বেদীত আঠোটি প্রবন্ধৰ সংকলন ‘অন্ধকাৰত…
Read More...