বাজেট বিশেষ
সংসদত ২০২২-২৩ বিত্ত বর্ষৰ কেন্দ্রীয় বাজেট দাখিল হ'বলৈ আৰু মাত্ৰ কেইমুহূৰ্ত
পেপাৰলেছ! ৰঙা টেবলেটত বাজেট লৈ সংসদত উপস্থিত কেন্দ্রীয় বিত্তমন্ত্রী
১১ বজাত বাজেট আৰম্ভ কৰিব কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে
ক'ভিড সংকট, অর্থনীতিৰ মন্দাৱস্থা, আর্থিক বৈষম্য বৃদ্ধিৰ মাজতে এই বাজেট
সামাজিক-অর্থনৈতিক পৰিকাঠামো উন্নয়ণত কি থাকিব বাজেটত…
Read More...