নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ

  • মীন বিভাগত দুৰ্নীতি কৰি CIDৰ জালত মীন বিভাগৰ SDO
  • ধৃত SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ
  • চৰকাৰী পুঁজি পৰিয়াল-বন্ধুৰ নামত আবন্টন দি আত্মসাৎ প্ৰায় ২.৫০ কোটি টকা
  • বিগত ২০২১ চনৰ পৰা সংঘটিত কৰিছিল এই কেলেংকাৰি
  • CID থানাত সঞ্জয়ৰ বিৰুদ্ধে ৰুজু হৈছিল ১৬/২৫ নম্বৰৰ গোচৰ
  • সেই গোচৰৰ ভিত্তিত CIDৰ জালত পৰিছিল বিষয়াগৰাকী।

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ

You might also like