ক’ৰোনা আৰু ভৱিষ্যৎ
ক’ৰোনা বা ক’ভিডে সমগ্র বিশ্বলৈ কঢ়িয়াই অনা বিপদৰ কথা আছিল কল্পনাৰ বাহিৰৰ কথা৷ প্রায় ডেৰবছৰ এই মহামাৰীৰ লগত যুদ্ধ কৰাৰ পিছত, বহু অভাৱনীয় ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত আৰু সম্পূর্ণ বিপদমুক্ত হোৱা নাই বুলি ভবাৰ পিছতো এতিয়া সমগ্র বিশ্বই অলপ সকাহ পাইছে আৰু নতুন জীৱনৰ বাবে সাজু হৈছে৷ ক’ৰোনাই আক্রান্ত কৰা ভাৰতখনক কেনেদৰে সন্তুলিত অৱস্থাত ৰাখিব পাৰি, কেনেদৰে…
Read More...