নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

পূজাৰ আনন্দ

ক’ভিডে কোঙা কৰি যোৱা সমাজখনক সামান্য উজ্জীৱিত কৰি তুলিছে আৰম্ভ হোৱা দুর্গাপূজাই৷ দুবছৰ আগলৈকে এই পূজাৰ আয়োজকসকলৰ মাজত যি প্রতিযোগিতামূলক ভাব আছিল, এইবাৰ সেই ভাব নাই৷ প্রায় সকলোৱেই সীমিত বাজেট আৰু সীমিত সাধনৰ মাজত থাকিয়েই পূজাভাগ আয়োজন কৰিছে৷ এটা কথা ঠিক যে দুর্গাপূজাখন এতিয়া অকল হিন্দুধর্মৰ শাক্ত উপাসকসকলৰ উপাসনাই হৈ থকা নাই, ই ধর্মৰ ঊর্ধ্বৰ এটা…
Read More...