চৰকাৰী সিদ্ধান্ত ৰাইজৰ অংশগ্রহণ
ক’ৰোনাৰ বাবে সমগ্র বিশ্বৰ শিক্ষা ব্যৱস্থাত যি অস্থিৰতা আৰু উত্তৰহীন অৱস্থাৰ সৃষ্টি হৈছে, সেই অৱস্থাই দেশৰ শিক্ষার্থীসকলৰ কিমান ধৰণৰ ক্ষতি কৰিব, সেই কথা বহুতেই ভাবি আছিল৷ আনকি বিদেশী বিতাডন আন্দোলনৰ নামত ল’ৰা–ছোৱালীৰ শিক্ষাবর্ষ ধ্বংস কৰা সংগঠনসমূহো এতিয়া চিন্তিত৷ স্কুল বন্ধ হৈ থকা অৱস্থাত এই চিন্তাই বিশেষ একো প্রচাৰ পোৱা নাছিল, কিন্তু পৰীক্ষা হ’ব নে…
Read More...