সীমা বিবাদৰ সমাধান কেতিয়া
আন্তঃৰাজ্যিক সীমা বিবাদ অসমৰ বাবে এক জ্বলন্ত সমস্যা হৈ পৰিছে৷ চুবুৰীয়া ৫খনকৈ ৰাজ্যই হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি কার্যতঃ সংকুচিত কৰিছে অসমৰ ভূখণ্ড৷ মানচিত্রতহে সীমা চিহ্ণিত হৈ থকাৰ বিপৰীতে সম্প্রতি অসমৰ মাটিকালিৰ বাস্তৱ চিত্রখন সম্পূর্ণ ওলোটা৷ অকল সেয়াই নহয়, সীমান্তৱর্তী অঞ্চলসমূহত বসবাস কৰা অসমীয়া গঞা জনসাধাৰণৰ ওপৰত বেদখলকাৰী দুষৃকতিকাৰীয়ে…
Read More...