ম্যানমাৰৰ অস্থিৰতা
ম্যানমাৰৰ ৰাজনীতিলৈ হঠাতে নামি আহিছে অস্থিৰতা৷ দীর্ঘদিন ধৰি সেনাৰ শাসনত থকা ম্যানমাৰত গণতন্ত্র প্রতিষ্ঠাৰ পথ মুকলি হৈছিল ২০১১ চনত৷ প্রথমবাৰলৈ দেশখনত গণতান্ত্রিক নির্বাচন অনুষ্ঠিত হৈছিল৷ গণতান্ত্রিক আন্দোলনৰ নেত্রী ন’বেল শান্তি বঁটা বিজয়ী আং ছান ছ্যু কীৰ নেতৃত্বত অসামৰিক চৰকাৰ এখন গঠন হৈছিল ম্যানমাৰত৷ কিন্তু সেনাৰ হস্তক্ষেপ তেতিয়াও অন্ত পৰা নাছিল৷…
Read More...