কৃষক সমাজ অসন্তুষ্ট কিয়?
কৃষক আন্দোলনে কেন্দ্রীয় চৰকাৰৰ সন্মুখত গুৰুতৰ প্রত্যাহ্বান সৃষ্টি কৰিছে৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে কৃষকৰ হিত চিন্তা কৰি কৃষি আইন সংশোধন কৰিছিল৷ কিন্তু সেই তিনিখন কৃষি আইনৰ বিৰুদ্ধে এতিয়া স্বয়ং কৃষকেই প্রতিবাদ সাব্যস্ত কৰি ৰাজধানী দিল্লী উত্তাল কৰি তুলিছে৷ শেহতীয়াকৈ চৰকাৰে প্রতিশ্রুতি দিছে যে কৃষকসকলে যাতে উৎপাদিত সামগ্রীৰ নূ্যনতম সমর্থিত…
Read More...