ৰাজ্যত সক্রিয় অশুভ শক্তি
অসম বিধানসভা নির্বাচনলৈ অধিক দিন নাই৷ এই সময়ছোৱা ৰাজ্যখনৰ বাবে অতি স্পর্শকাতৰ৷ এনে সময়ত অশুভ শক্তিসমূহে অস্থিৰ–শান্তিময় পৰিস্থিতি সৃষ্টিৰ সুযোগ বিচাৰি থাকে৷ সুযোগ পালেই তেওঁলোক জঁপিয়াই পৰে৷ শেহতীয়াকৈ তেনে এটা ভয়াৱহ চক্রান্ত ৰচনা হৈছিল ছ’চিয়েল নেটৱর্টত৷ পাঁচ বছৰ পুৰণি বিতর্কিত চিত্র এখন ছ’চিয়েল নেটৱর্কৰ জৰিয়তে এৰি দিয়া হয়৷ লগে লগে টুইটাৰ, ফেচবুকত…
Read More...