ভেকচিন আৰু সতর্কতা
সমগ্র বিশ্বই সম্প্রতি ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রতিষেধকৰ বাবে প্রতীক্ষা কৰিছে৷ ইতিমধ্যে গৱেষকসকলে ক’ৰোনাৰ ভেকচিনক লৈ আশাৰ বতৰা প্রেৰণ কৰিছে৷ চলিত বর্ষৰ সমাপ্তিৰ পূর্বে নহ’লেও ২০২১ চনৰ আৰম্ভণিতে ঔষধৰ বজাৰত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব বুলি গৱেষণাৰ সৈতে জড়িত কেইবাটাও প্রতিষ্ঠানে নিশ্চয়তা প্রদান কৰিছে৷ স্বাভাৱিকতে মানুহে এই বিশ্বাসত অপেক্ষাৰত হৈ আছে যে…
Read More...