গৌৰাংগলাল দাসৰ সন্মুখত কঠিন প্রত্যাহ্বান
লাডাখ সীমান্তত বিৰাজমান উত্তেজনাক লৈ চীনৰে সৈতে দ্বি–পাক্ষিক সম্পর্কৰ চূডান্ত অৱনতি ঘটাৰ সময়তে অসম সন্তান গৌৰাংগলাল দাসক টাইৱানৰ ৰাষ্ট্রদূত হিচাপে নিয়োগ কৰিছে কেন্দ্রীয় চৰকাৰে৷ গৌৰাংগলাল দাসে এটা জটিল সন্ধিক্ষণত সেই দায়িত্ব লাভ কৰিছে৷ তেওঁৰ কূটনৈতিক দক্ষতাৰ ওপৰত অনাগত দিনত চীনৰ সৈতে ভাৰতৰ সম্পর্ক বহুখিনি নির্ণয় হ’ব৷ কিয়নো চীনে টাইৱানক এখন স্বাধীন…
Read More...