গণসংক্রমণৰ পৰা গুৱাহাটীক সুৰক্ষিত কৰি ৰাখিবই লাগিব
চাওঁতে চাওঁতে অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই তিনি হাজাৰৰ ঘৰ অতিক্রম কৰিলে৷ এই মুহূর্তত ৰাজ্যখনত এনে এখন জিলা নাই, যিখন জিলাত এজনো ক’ভিড–১৯ত আক্রান্ত লোক নাই৷ তৎসত্ত্বেও কিছুদিন আগলৈকে ই ভয়ংকৰভাৱে উদ্বেগৰ কাৰণ হৈ উঠা নাছিল৷ কিয়নো, সংক্রমিত লোকৰ প্রায় ৯৫ শতাংশ লোক কোৱাৰেণ্টাইন কেন্দ্রত আবদ্ধ হৈ আছিল৷ ভাইৰাছটো বাহিৰলৈ ওলাই যাবলৈ সক্ষম হোৱা নাছিল৷…
Read More...