গুৱাহাটীত লকডাউন
পুনৰ ৰাজ্যত তলাবন্ধ ৷ আনলক–১ চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিলে৷ ৰাজ্যৰ অন্যান্য নগৰসমূহতো পৰিস্থিতি অনুযায়ী লকডাউন ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে ইংগিত দি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ ফলত আহি পৰা ভয়ংকৰ পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ তলাবন্ধ অত্যন্ত গুৰুত্বপূর্ণ…
Read More...