আন্দোলন–প্রতিবাদৰ নামত ধ্বংসলীলা বন্ধৰ প্রয়াস
দর্খাস্ত, আবেদন–নিবেদনক চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই ডাষ্টবিনলৈ নিক্ষেপ কৰিলে সমস্যা সমাধানৰ স্বার্থত আন্দোলনৰ দাবী উঠিব পাৰে৷ ৰাজপথত আন্দোলন হ’বও পাৰে৷ গণতান্ত্রিক ৰাষ্ট্র হিচাপে এয়া কোনো সংবিধানবিৰুদ্ধ কথা নহয়৷ দেশৰ সংবিধানে সংবিধানৰ পৰিধিৰ ভিতৰত থাকি কৰা আন্দোলনক স্বীকাৰ কৰি লয় বা মান্যতা দিয়ে৷ কিন্তু মুখত গণতন্ত্রৰ নাম লৈ ৰাজপথত ইয়াৰ বিপৰীত…
Read More...