অসমীয়াৰ বিৰুদ্ধে জেহাদ
অসমৰ খিলঞ্জীয়া আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র নতুন কথা নহয়৷ শতিকাজুৰি খিলঞ্জীয়া লোকসকলে ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে যুঁজ দিব লগা হৈছে৷ অসমীয়া ভাষাৰ বিৰুদ্ধে দশক দশক ধৰি চলি অহা এনে ষড়যন্ত্র মষিমূৰ কৰি অসমীয়াই আজি জগত জিনিছে৷ বাংলাদেশী মূলৰ অনুপ্রৱেশৰ সমস্যাই খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ প্রতি গভীৰ ভাবুকি সৃষ্টি কৰাৰ সময়তে এবিএমছুৰ…
Read More...