সম্পাদকীয় : তাপপ্রৱাহৰ গ্রাসত ইউৰোপ
ভয়ংকৰ তাপপ্রৱাহৰ কবলত পৰিছে ইউৰোপ৷ ভাৰতৰ বিভিন্ন চহৰৰ দৰে ইউৰোপৰ প্রায় সকলো দেশৰ চহৰতে উৎকট গৰমে মানুহৰ স্বাভাৱিক জীৱনযাত্রালৈ নমাই আনিছে সংকট৷ তাপদহনৰ নিৰিখেৰে চাবলৈ গ’লে আজিৰ মুহূর্তত যেন ভাৰতৰ দিল্লী, কলকাতা, গুৱাহাটীৰ সৈতে পার্থক্য নোহোৱা হৈছে ছুইজাৰলেণ্ডৰ জুৰিখ, জেনেভা আদি চহৰবোৰৰ৷ ইউৰোপৰ অধিকসংখ্যক দেশৰ পৰিস্থিতি বর্তমান একেই ধৰণৰ হৈ পৰিছে৷…
Read More...