সম্পাদকীয় : খিলঞ্জীয়াৰ সুৰক্ষাকৱচৰ চুক্তি
স্বাধীন অসমৰ সপোন পূৰণ নহ’লেও অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টোক অগ্রাধিকাৰ প্রদানেৰে ২৯ ডিচেম্বৰত আলোচনাপন্থী আলফাৰ নেতৃত্বই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিলে৷ ১৯৭৯ৰ ৭ এপ্রিলত শিৱসাগৰৰ ৰংঘৰ বাকৰিত এখন স্বাধীন অসমৰ বাবে সশস্ত্র সংগ্রামৰ পথ গ্রহণ কৰা আলফাৰ নেতৃত্বৰ সৈতে চৰকাৰৰ স্বাক্ষৰিত চুক্তিখনক লৈ বিতর্ক হৈছে৷ নিষিদ্ধ…
Read More...