চীনৰ চাপ
অর্থনৈতিক আৰু সামৰিকভাৱে বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ হৈ উঠা চীনৰ শেহতীয়া লক্ষ্যই হৈছে দক্ষিণ–পূব এছিয়াত নিজৰ শক্তি বৃদ্ধি কৰা আৰু একছত্রী ক্ষমতা সাব্যস্ত কৰা ৷ যোৱা তিনিটা দশকত অর্থনৈতিকভাৱে এছিয়াৰ সবাতোকৈ সমৃদ্ধিশালী দেশ হিচাপে নিজকে গঢ়া চীনে সামৰিক দিশৰ ফালৰ পৰাও অত্যন্ত শক্তিশালী হৈ উঠিছে আৰু আমেৰিকাৰ পিছতে বিশ্বৰ অন্যতম সামৰিক শক্তিধৰ দেশৰ…
Read More...