আমেৰিকাৰ দ্বৈত স্থিতি
যুদ্ধভূমি গাজাত ৰক্তপাতৰ অৱসানৰ সকলো সম্ভাৱনাৰ অন্ত পৰিল৷ যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত আগবঢ়োৱা হৈছিল প্রস্তাৱ৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে নিজাববীয়াকৈ এই যুদ্ধবিৰতিৰ উদ্যোগ লৈছিল৷ গাজাত ইজৰাইলী সেনাই চলাই থকা নৰমেধৰ অৱসান ঘটাবলৈ যুদ্ধবিৰতি জৰুৰী হৈ পৰিছে৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নিঃশেষ কৰাৰ নামত…
Read More...