ক’ৰোনা ভেকচিন আৰু আন্তর্জাতিক ৰাজনীতি
ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত ভাৰতৰ অৱস্থা সঁচাকৈয়ে দুখজনক আছিল৷ পৃথিৱীৰ যিবোৰ উন্নত দেশ চিকিৎসা আৰু বিজ্ঞানত আগবঢ়া আছিল, সেই দেশবোৰৰ অধিক দুখজনক অৱস্থাৰ লগত তুলনা কৰি ভাৰতৰ চিকিৎসা বিজ্ঞান, গৱেষণা আদিক ভাৰতৰ বহুতেই ঠাট্টা–মস্কৰা কৰিছিল আৰু সেই সময়তে মোদী আৰু বিজেপিবিৰোধীয়ে দেশবিৰোধী কথা কোৱা আৰু বহু উৰাবাতৰি প্রচলন কৰাৰ আনন্দ উপভোগ কৰিছিল৷ এই…
Read More...