ডোছাৰ লগত নাই চাম্বা : জৰিমনা ভৰিলে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই
বিশেষ বাৰ্তা, ১৩ জুলাইঃ ডোছাৰ সৈতে চাম্বাৰ বিক্ৰী কৰাটো আৱশ্যকীয়। কিন্তু সেই চাম্বাৰ নিদিয়াৰ বাবেই বিহাৰৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হৈছিল এক ঘটনা। ৰেষ্টুৰেণ্টখনে ১৪০ টকাত মছলা ডোছা বিক্ৰী কৰাৰ বাবে এতিয়া ৩৫০০ টকা জৰিমনা ভৰিব লাগিব। কিন্তু কিয়? ২০২২ চনৰ ১৫ আগষ্টৰ ঘটনা। সেইদিনা আছিল মনীষ গুপ্তা নামৰ এজন উকীলৰ জন্মদিন। জন্মদিনত মছলা ডোছা খাবলৈ মন…
Read More...