মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই কামলৈ ওলাল ‘ৰণলিয়া’
বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই কামত ব্যস্ত হ'ল ৰণলিয়া। অনুৰাগীয়ে ৰণবীৰ-আলিয়াৰ বিবাহৰ ফটো চাই চাই শেষ কৰিব নোৱাৰোতেই নৱবিবাহিত আলিয়া ওলাল কামলৈ। বিবাহৰ সকলো ৰীতি-নীতি সামৰণি মাৰি প্ৰত্যাহিক কামলৈ যোৱা দেখা গ'ল আলিয়া ভাট্টক। আজি জনপ্ৰিয় অভিনেত্ৰীগৰাকীক দেখা গ'ল মুম্বাই বিমানকোঠত। সাংবাদিকৰ কেমেৰাৰ পিনে চাই ধুনীয়া হাঁহি…
Read More...