অস্কাৰৰ মঞ্চত চৰঃ অভিনেতা স্মিথক শাস্তি দিলে একাডেমীয়ে
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ অস্কাৰৰ মঞ্চত চৰ মাৰিছিল কৌতুক অভিনেতা ক্রিছ ৰকক। তাৰেই শাস্তি ভূগিব লাগিব অভিনেতা উইল স্মিথে। সেই চৰিওৱাৰ দায়ত তেওঁক অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। 'একাডেমী অৱ মোছন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স’এ অস্কাৰ পুৰস্কাৰৰ আয়োজন কৰে। স্মিথৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণক লৈ কালি বৈঠকত বহে কমিটীৰ সদস্যসকলে। সেই…
Read More...