আৰাধ্যাৰ বাবে কিয় কৰযোৰ কৰিলে অভিষেক বচ্চনে
বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ বলীউডৰ সম্ৰাট বিগ-বি অমিতাভ বচ্চনৰ হিন্দী ভাষাত দখল, কথনশৈলী কোনো পণ্ডিতকৈ কম নহয়। এইবাৰ তেওঁৰে নাতিনী আৰাধ্যাৰ বাগ্মিতাৰ কৌশলে হাজাৰজনক মুগ্ধ কৰিছে। অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ কন্যা কণমানি আৰাধ্যাৰ হিন্দীত কবিতা আবৃত্তিৰ এটি ভিডিঅ'ই শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে। বিগ-বিৰ উত্তৰ পুৰুষৰ এইজনী…
Read More...