Super Dancer Chapter 4ৰ চেম্পিয়ন অসমৰ ফ্লোৰিনা গগৈঃ ট্ৰফীসহ লাভ কৰিলে নগদ ১৫ লাখ টকা…
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: বিগত কেইবামাহ ধৰি প্ৰতি সপ্তাহতে সম্প্ৰচাৰ হোৱা ছনি টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4 ত অসমৰ জিয়ৰী ফ্লোৰিনা গগৈয়ে বিজয়ী খিতাপ অৰ্জন কৰিছে। শনিবাৰে গ্ৰেণ্ড ফাইনেলৰ এই যুঁজত শ্ব'টোৰ প্ৰতিযোগী ফ্লোৰিনা গগৈয়ে আন ৪ গৰাকী প্ৰতিদ্বন্দীক পৰাস্ত কৰি ট্ৰফী নিজৰ দখল কৰিছে।
অসমৰ ফ্লোৰিনা গগৈয়ে ১৫ লাখ টকাৰ…
Read More...