জন্মদিনত অনুৰাগীলৈ দীপিকাৰ উষ্ম উপহাৰ
বলীউডৰ এটি জিলিকা তৰা দীপিকা পাডুকোনৰ আজি জন্মদিন। দীপিকা আজি ৩৬বছৰীয়া জন্মদিন পালন কৰিছে। এই বিশেষ দিনটোত অনুৰাগীলৈ এটি উপহাৰ আগবঢ়াই দিলে অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ নতুন ছবি গেহৰাইয়াৰ এখন ফটো ইনষ্টাগ্ৰামত মুকলি কৰি সেয়া অনুৰাগীলৈ ক্ষুদ্ৰ উপহাৰ বুলি কেপছন লিখিছে দীপিকাই। এই ফটোখনত দীপিকা আৰু অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক ৰোমাণ্টিক মুহূৰ্তত দেখা গৈছে।…
Read More...