মহানগৰীৰ ভূমি কেলেংকাৰি : আৰক্ষীৰ জালত আন দুই বিষয়া
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : মহানগৰীৰ ভূমি কেলেংকাৰি সন্দৰ্ভত দুগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্ৰ থাওছেন আৰু উপ-পঞ্জীয়ক ৰঞ্জিত চৌধুৰীক ভূমি পঞ্জীয়ন কেলেংকাৰিৰে জড়িতৰ গোচৰত গ্রেপ্তাৰ কৰা হয়। ভূমি পঞ্জীয়ন কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড ৰঞ্জিত চৌধুৰীক গুৱাহাটীৰ ৰাজগড়ৰ ঘৰৰ পৰা গ্রেপ্তাৰ কৰে। ৰঞ্জিত চৌধুৰীয়ে অগ্ৰিম…
Read More...