অসম হৈ বাংলাদেশী যুৱতী–মহিলাক দিল্লীলৈ নি বেশ্যাবৃত্তিত নিয়োগ
🔹 হত্যাকাণ্ডৰ গোচৰৰ পম খেদি দিল্লী আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য
🔹 দুধনৈত জালত পৰে সৰবৰাহকাৰীৰ মাষ্টাৰমাইণ্ড আমিনুল
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : দেশৰ ৰাজধানীত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ পম খেদি বিস্ফোৰক তথ্য উদ্ঘাটন কৰিছে দিল্লী আৰক্ষীয়ে৷ সীমান্তৰে অবৈধভাৱে প্রৱেশ কৰাই মেঘালয়–অসম হৈ বাংলাদেশী যুৱতী–মহিলাক দিল্লীলৈ নি বেশ্যাবৃত্তিত নিয়োগ…
Read More...