সুকন্যা : আমেৰিকাত দিয়া হালৈৰ কাব্যচৰ্চাৰ বিৰল সাফল্য
উপানন্দ শৰ্মা
সাত সাগৰ তেৰ নদী সিপাৰে থকা আমেৰিকা যুক্তৰাষ্ট্ৰত ১৩ বছৰীয়া প্ৰবাসী অসমীয়া কিশোৰীয়ে ইংৰাজীত লিখা কবিতাই চৰ্চা লাভ কৰিছে ৷ বজালী জিলাৰ পাঠশালাৰ গগন চন্দ্ৰ হালৈ আৰু বঙাইগাঁৱৰ জীয়ৰী চয়নিকা হালৈৰ কন্যা দিয়া হালৈয়ে লিখা "MY SINGLE SPACE" নামৰ কবিতাটোৰ জৰিয়তে প্ৰশংসিত হৈছে৷ পিতৃয়ে কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিদা ৰাজ্যৰ…
Read More...