মণিপুৰৰ হিংসাত অৰিহণা ম্যানমাৰ চৰকাৰৰ !
🔹 গোপন পথেৰে সন্ত্রাসবাদীলৈ প্রেৰণ অত্যাধুনিক অস্ত্র
নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : মণিপুৰৰ ভূমিত অশান্তি অব্যাহত ৰাখিবলৈ গোপন পথেৰে সন্ত্রাসবাদীৰ হাতত অস্ত্র তুলি দিছে প্রতিৱেশী দেশ ম্যানমাৰে৷ যোৱা ১৩ ডিচেম্বৰত পূব ইম্ফলত তালাচী অভিযানত বিপুল পৰিমাণৰ অত্যাধুনিক অস্ত্র উদ্ধাৰ হোৱাৰ লগতে পোৱা গৈছে ষ্টাৰলিংকৰ এণ্টেনা আৰু ৰাউটাৰ৷ এই ঘটনাৰ তদন্তত নামি…
Read More...