হিজাব পৰিধান নকৰাকৈ সংগীত পৰিৱেশন : আহমদিক গ্রেপ্তাৰ ইৰানৰ
🔹 ব্লেক ষ্ট্রেপিং বডীকন ড্রেছ পৰিধান কৰি পুৰুষ বাদ্যশিল্পীৰে পৰিৱেশন কৰিছিল সংগীত
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : হিজাব পৰিধান নকৰাকৈ ইউটিউবত ভার্চুৱেল কনচার্টত অংশ লোৱাৰ বাবে কণ্ঠশিল্পী পাৰাষ্টু আহমদিক ইৰান চৰকাৰে গ্রেপ্তাৰ কৰিছে৷ কণ্ঠশিল্পী আহমদিৰ অধিবক্তাই প্রকাশ কৰা মতে, চাৰিচিটীৰ পৰা শিল্পীগৰাকীক ইৰান চৰকাৰে গ্রেপ্তাৰ কৰে৷ কি অভিযোগত গ্রেপ্তাৰ কৰা…
Read More...