মধ্য চীনৰ ভূগর্ভত সর্ববৃহৎ স্বর্ণ ভাণ্ডাৰৰ সন্ধান
🔹 হুনান প্রদেশৰ ২ কিলোমিটাৰ গভীৰলৈ ১০০০ মেট্রিকটন অমূল্য ধাতু
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : চীনৰ ভূগর্ভত বিশ্বৰ সর্ববৃহৎ স্বর্ণভাণ্ডাৰৰ সন্ধান পোৱা গৈছে৷ শেহতীয়াকৈ ভূতাত্ত্বিকসকলে দাবী কৰা অনুসৰি মধ্য চীনৰ ভূগর্ভত প্রায় ১০০০ মেট্রিকটন সোণৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে৷ চীনৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি…
Read More...