জার্মান চেন্সেলৰক কুকুৰেৰে ভয় খুৱাইছিল পুটিনে !
🔹 স্মৃতিকথা প্রকাশৰ পিছতে ক্ষমা বিচাৰিলে ৰুছ ৰাষ্ট্রপতিয়ে
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : ২০০৭ চন৷ তেতিয়াৰ জার্মান চেন্সেলৰ এঞ্জেলা মার্কেলৰ সন্মুখত নিজৰ বিশালদেহী ক’লা লেব্রডৰ কুকুৰ ‘কোনি’ক এৰি দি হেনো ভয় দেখুৱাইছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ এনে আশ্চর্যকৰ অভিযোগ তুলি পুটিনক আক্রমণ কৰিছে মার্কেলে৷ মার্কেলে তেওঁৰ নতুনকৈ প্রকাশ পোৱা স্মৃতিকথা…
Read More...