জেনোট্ৰান্সপ্লাণ্টেচন : গাহৰিৰ বৃক্ক বান্দৰৰ দেহত সংস্থাপন,
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ বিজ্ঞানে এনে উচ্চতাত উপনীত হৈছে যিবোৰ এসময়ত মানুহৰ বাবে কল্পনাৰ বাহিৰত আছিল। বিশেষকৈ স্বাস্থ্য খণ্ডত বিজ্ঞানে কঠিন সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। জাপানৰ ষ্টাৰ্টআপ প’ৰমেডটেকে সোমবাৰে (২৫ নৱেম্বৰ) ঘোষণা কৰে যে তেওঁলোকে জেনেটিকভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক বান্দৰ গাত সফলতাৰে প্ৰতিস্থাপন কৰিছে। জাপানত…
Read More...