কৰাচীত ক্রিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ নিজৰ দেশত চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজন কৰিবলৈ সম্প্রতি কঠোৰ পৰিশ্রম কৰি আছে পাকিস্তান ক্রিকেট ব’র্ডে৷ পিচিবিৰ এই আয়োজনৰ মাজতে একপ্রকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া৷ কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে৷ তেনেক্ষেত্রত পাকিস্তানে বাৰে বাৰে উচ্চ পর্যায়ৰ…
Read More...