পাকিস্তানৰ খাইবাৰ পাখতুনখাৱাত সাম্প্রদায়িক সংঘর্ষত নিহত ৩২
নিউজ ডেস্ক, ২৪ নৱেম্বৰ : পাকিস্তানৰ খাইবাৰ পাখতুনখাৱাত সাম্প্রদায়িক সংঘর্ষত ৩২জন লোক নিহত হোৱাৰ লগতে ৩০জন লোক আহত হৈছে৷ প্রদেশখনৰ কুৰাম জিলাৰ আলিজা আৰু বাগান অঞ্চলৰ দুটা জনজাতিৰ মাজত হোৱা সংঘর্ষত ৩২জন লোক নিহত হোৱাৰ লগতে ৩০জন আহত হৈছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে যাত্রীবাহী বাহনত সন্ত্রাসবাদীয়ে জধে-মধে গুলীয়াই ৫০জন লোকক হত্যা কৰাৰ কেইঘণ্টামান পিছতেই…
Read More...