প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত পুৱাৰ আহাৰ গ্রহণ টীম ইণ্ডিয়াৰ
🔹 প্রধানমন্ত্রীৰে ঘণ্টাজোৰা বার্তালাপ ৰোহিত বাহিনীৰ
বিশেষ বাৰ্তা, ৪ জুলাই : তিনিদিনীয়া অপেক্ষাৰ অন্তত আজি নতুন দিল্লীত উপস্থিত হয় টি–২০ বিশ্বকাপ ক্রিকেট বিজয়ী টীম ইণ্ডিয়া৷ বার্বাডোজত বিশ্বকাপ জয়ৰ পাছত হাৰিকেন বেৰিলৰ বাবে তিনি দিন ধৰি আবদ্ধ হৈ থকা ভাৰতীয় ক্রিকেট দলটোক বিশেষ চার্টার্ড বিমানেৰে নতুন দিল্লীলৈ অনা হয়৷ আজি পুৱা নতুন দিল্লীৰ বিমানবন্দৰত…
Read More...